Competitive Exam Questions and Answers/Quiz/Indian Polity
প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নোত্তৰ/কুইজ/ভাৰতীয় ৰাজনীতি
Welcome to the EducaMentor Website.
ইয়াত আপুনি competitive exam ৰ বাবে সহায় হোৱাকৈ প্রশ্ন আৰু উত্তৰসমূহ প্রদান কৰা যিটো আপুনি সহজে লাভ কৰিব পাৰিব।
এই খণ্ডত ভাৰতীয় ৰাজনীতি প্রশ্ন আৰু উত্তৰ সমূহ প্রদান কৰা হৈছে ৷
আশা কৰো আপুনি পঢ়িবলৈ পায় আনন্দিত হ'ব ৷
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশ্ন আৰু উত্তৰ :-
১. কোনে প্ৰথমবাৰৰ বাবে স্বাধীন ভাৰতৰ বাবে সংবিধানৰ পৰামৰ্শ দিছিল?
উত্তৰ: এম. এন. ৰয়, ১৯৩৪ চনত ৷
২. ৰেগলেটিং এক্ট কেতিয়া বলবৎ কৰা হৈছিল?
উত্তৰ: ১৭৭৩ চনত ৷
৩. কোনখন আইনৰ দ্বাৰা গভৰ্নৰ অব বেংগলক গভৰ্নৰ-জেনেৰেল অৱ বেংগললৈ সলনি কৰা হৈছিল?
উত্তৰ: Regulating Act of 1773.
৪. প্রথমজন গভৰ্নৰ-জেনেৰেলৰ অব বেংগল নাম কি?
উত্তৰ: লর্ড ৱাৰেন হাষ্টিন ৷
৫. প্ৰথম উচ্চতম ন্যায়ালয় ক'ত আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: কলিকতাত ১৭৭৪ চনত ৷
৬. "Act of Settlement" বুলি কোনখন আইনক কোৱা হয়?
উত্তৰ: Pitt's India Act of 1784.
৭. কোনখন আইনৰ দ্বাৰা গভৰ্ণৰ-জেনেৰেল অব বেংগলক গভৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়ালৈ সলনি কৰা হৈছিল?
উত্তৰ: Charter Act of 1833.
৮. Act for the Good Government of India বুলি কোনখন আইনক কোৱা হয়?
উত্তৰ: Government of India Act of 1858.
৯. কোনখন আইনৰ দ্বাৰা গভৰ্ণৰ-জেনেৰেল অৱ ইণ্ডিয়াক ভাইচেৰয় অৱ ইণ্ডিয়া পদবীলৈ সলনি কৰা হৈছিল?
উত্তৰ: Government of India Act of 1858.
১০. ভাৰতৰ প্রথমজন ভাইচেৰয়ৰ নাম কি?
উত্তৰ: লর্ড কেনিঙ ৷